SomBeat.com
Durga Puja
Assamese Rhythmic pop with voice like Zu
Share Direct Link
[Verse] [Male] বন্ধুৰ লগত চাম দুৰ্গা পূজা মিলি জুলি পেণ্ডেল ভ্ৰমা মুখত হাঁহি মৰম ভৰা মাতিম মৰম হিয়াৰে ভাষা [Verse 2] [male] সকলো বন্ধুৱে গোটেই ৰাতি পালে পালে পেন্দেল ঘূৰি নাচি নাচি হে কৰো উলাহ আৰু চাওঁ পূজাৰে মেলা [Chorus] মা দুৰ্গাৰ চৰনত পৰি হাত যুৰি আশীষ খুঁজো এই ধৰাত বিৰাজে যেন শান্তি আৰু আমাৰ বন্ধুত্বৰ এনাজৰী [Verse 3] [female] ঘৰৰ গালি খাই হলেও দেহাৰ লগত চাম দুৰ্গা পুজা দেৱী দুর্গাক কম মনৰে কামনা যেন আমাৰ সৱোৰনি বোৰ হয় সচাঁ [Verse 4] [male female both] নাচেৰে গীতেৰে যাত্ৰা মনোৰম বলা আমি খাওঁ জেলেপী ভজা আৰতীৰ সুৰেৰে স্বৰ্গীয় অনুভৱ দেৱীৰ অঞ্জলি লওঁ আহা [Bridge] [male female both] শাৰদীয় আমাৰ দুৰ্গা পুজা সপোনবোৰ আমাৰ পুৰাই দিয়া মনৰ অন্ধকাৰ দুৰ কৰি পৃথিৱীত শান্তি উপচাই দিয়া
Download Music and Video
Sign up now and you will be able to download MP3 videos and music!